[Chrous]
D Em D
পাখি মেলি দিয়ে মোৰ গানে আজি
D Em D
ছায়া হৈ ৰ'গৈ তাত আহে নামি
D Em
হালধীয়া ৰং কিনো
D Em
বাখৰুৱা প্ৰাণ কিনো
Bm D Bm D
বসন্ত নীবিড় নয়ন বুজাব খুজি
Bm D Bm D
প্ৰশান্ত সাগৰ সমান মৰম বিছাৰি
D Em D
পাখি মেলি দিয়ে মোৰ গানে আজি
[Solo]
Bm Em D A Em G D
[Verse]
G
ৰ'দালি সাঁতুৰি যোৱা
D
গানৰ কোমল গা
G
ভাগৰি নাভাগৰা তাৰ
D
ঘামে ধোৱা গা
Em D
মেঘৰঞ্জনী চুমি যাব যেনিবা
Em D
ভৈৰব কুঁৱা আৰু ভূপালি সন্ধ্যা
D Em
নিশাদৰে ধাৰ কিনো
D Em
গান্ধাৰ পাৰ কিনো
Bm D
আনন্দ প্ৰমাণ সাক্ষী
Bm D
শুনাব খুজি
D Em D
পাখি মেলি দিয়ে মোৰ গানে আজি
{Solo]
Bm Em D Em G D
[Verse]
G
দুচকুৰে হিম মাথো
D
গানৰে প্ৰকাশ
G
তিৰবিৰ হাঁহি ডৰা
D
গানৰে বিকাশ
Em
অলেখ অযুত ৰামধেনু
D
গানতে আবাস
Em
সৰা পাতো কলিটিও
D
গানৰে প্ৰৱাহ
D Em
তালে তালে ৰয় কিনো
D Em
সুৰে সুৰে বয় কিনো
Bm D
চন্দ্ৰ প্ৰবাল মণি
Bm D
গুঠিব খুজি
[Chords]
D Em D
পাখি মেলি দিয়ে মোৰ গানে আজি
D Em D
ছায়া হৈ ৰগৈ তাত আহে নামি
D Em
হালধীয়া ৰং কিনো
D Em
বাখৰুৱা প্ৰাণ কিনো
Bm D Bm D
বসন্ত নীবিড় নয়ন বুজাব খুজি
Bm D Bm D
প্ৰশান্ত সাগৰ সমান মৰম বিছাৰি
D Em D
পাখি মেলি দিয়ে মোৰ গানে আজি
Tags: Easy chords, chords for, chords of a song, song lyrics by Zubeen Garg
